--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

শদিয়াঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি প্ৰচাৰকাৰ্য তুংগত উঠিছে। ইফালে নিৰ্বাচনকেন্দ্ৰিক অথন্তৰে দেখা দিয়াৰ সন্দেহতে ৰাজ্যজুৰি প্ৰশাসন ব্যৱস্থাও কঠোৰ হৈ পৰিছে। শদিয়া সমষ্টিৰ অন্তৰ্গত ঢলাত ৯৮ কাৰ্টন অৰুণাচলী অবৈধ সুৰা জব্দ কৰিছে প্ৰশাসনে।

আৰু পঢ়িব পাৰিব : ‘কাঁ চলচ্চিত্ৰ মহোৎসৱ’ত উজলিল জয় বৰুৱাৰ নাম

নিৰ্বাচনত বিলাবলৈ ভাৰতীয় জনতা পাৰ্টীৰ শদিয়া সমষ্টিটোৰ প্ৰাৰ্থী বলিন চেতিয়াই ৯৮ কাৰ্টন অৰুণাচলী অবৈধ সুৰা আনি গুডামত গোপনে ৰখাৰ অভিযোগ উত্থাপন কৰিছে ছৈখোৱা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে। বিজেপিৰ কৰ্মী ৰাজু মেধিয়ে ভাৰাতীয়া গুডামত অৰুণাচলী অবৈধ সুৰা থকাৰ তথ্য লাভ কৰিছিল ছৈখোৱা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে।

আৰু পঢ়িব পাৰিব : অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি : ‘কা’ সন্দৰ্ভত একো উল্লেখ নাই ইস্তাহাৰত !

শদিয়া সমষ্টিটো অশান্ত কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই বুলি অভিযোগ উত্থাপিত কৰিছে ছৈখোৱা যুৱ কংগ্ৰেছৰ সমৰ্থকসকলে। ঢলা আৰক্ষীয়ে অৰুণাচলী অবৈধ সুৰাখিনি থানালৈ লৈ আহে। আৰক্ষীয়ে বৰ্তমানলৈকে তদন্ত কৰা বুলি কৈয়ে দায়িত্ব সামৰাত কিছু সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন লোকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?