--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এই বছৰৰ অন্যতম প্ৰত্যাশিত ছবি দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত ‘পুষ্পা ২: দ্য ৰুল’ প্ৰিমিয়াৰত সংঘটিত দুৰ্ঘটনাত ৩৫ বছৰীয়া ৰেৱতীৰ মৃত্যুৰ পাছত অভিনেতাগৰাকীক ল’গ নেৰা হৈছে সমস্যাই৷ প্ৰতিবাদকাৰীয়ে অভনেতাগৰাকীৰ ঘৰত আক্ৰমণ কৰি উত্তপ্ত কৰি তোলে পৰিৱেশ৷

যদিও আইনী প্ৰক্ৰিয়াৰ পৰা সকাহ লাভ কৰিলে যদিও এতিয়া ৰাজনৈতিক নেতা সকলে এই ঘটানাৰ বিষয়টো সংসদতো উত্থাপন কৰি বৰোধিতা কৰে। এতিয়া এই পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছে যে প্ৰতিবাদকাৰীসকলে আল্লু অৰ্জুনৰ ঘৰতো আক্ৰমণ কৰে৷ যাৰ বাবে তাৰ পিছত ছুপাৰষ্টাৰগৰাকীৰ সমগ্ৰ পৰিয়ালটো ঘৰ ত্যাগ কৰিবলৈ বাধ্য হয়৷ 

হায়দৰাবাদত আল্লু অৰ্জুনৰ সন্তান আল্লু আৰহা আৰু আল্লু আয়ান ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়। দেওবাৰে সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে প্ৰতিবাদকাৰীয়ে ন্যায় বিচাৰি অভিনেতাজনৰ ঘৰত আক্ৰমণ কৰা এই প্ৰতিবাদকাৰীসকল ওছমানিয়া বিশ্ববিদ্যালয়ৰ জইণ্ট একচন কমিটীৰ সদস্য বুলি কোৱা হৈছে৷ এই আক্ৰমণৰ পিছত অভিনেতা গৰাকীৰ পৰিয়ালক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে আল্লু অৰ্জুনৰ পৰা কোনো বক্তব্য আহা নাই।

কিন্তু তেওঁৰ পিতৃ তথা প্ৰযোজক আল্লু আৰাবিন্দে দেওবাৰে নিশা সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৰে তেওঁ নিজৰ ঘৰত হোৱা আক্ৰমণক গৰিহণা দি কয় যে এনে ঘটনাক উৎসাহিত কৰিব নালাগে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি আল্লু অৰবিন্দে কয়, ‘আজি আমাৰ ঘৰত যি হ’ল সেয়া সকলোৱে দেখিছে৷ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে বুলি মন্তব্য কৰে।




 



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?