--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা৷ এইবাৰ ত্ৰিপুৰাত আৰক্ষীৰ ৰোষৰ বলি সাংবাদিক৷ সাংবাদিকৰ কণ্ঠ স্তব্ধ কৰিব বিচৰাটো কোনো নতুন কথা নহয়৷ সম্প্ৰতি তেনে পৰিৱেশ সুলভ আৰু পূৰ্বতকৈ অধিক হোৱা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে ত্ৰিপুৰাত সংঘটিত এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় ছেটেলাইট নিউজ চেনেল ‘NE NEWS’ সাংবাদিক নিতাই দে গ্ৰেপ্তাৰ কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে৷ 

 

ত্ৰিপুৰা আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত ত্ৰিপুৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমতো৷ পূব আগৰতলাৰ বিতৰ্কিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰিন্দম ৰয়ৰ ৰোষত পৰিছিল ‘NE NEWS’ সাংবাদিক নিতাই দে পেট্ৰ-ডিজেলৰ নাটনি সন্দৰ্ভত সাংবাদিকগৰাকীয়ে কৰিছিল সংবাদ পৰিৱেশন৷ সংবাদ সংগ্ৰহ কৰাৰ সময়ত বিতৰ্কিত আৰক্ষী বিষয়া অৰিন্দম ৰয়কদাদাবুলি সম্বোধন কৰাৰ বাবে আটক কৰা হৈছিল নিতাই দেক৷

 

বৰ্তমান চিজেএম ৰ্টত হাজিৰ কৰোৱা হৈছে সাংবাদিক নিতাই দেক। আৰক্ষী চকীত ত্ৰিপুৰা আৰক্ষীয়ে বন্দুকৰ কুন্দা আৰু হেলমেটেৰে প্ৰহাৰ কৰি সাংবাদিকগৰাৰী অকথ্য নিৰ্যাতন চৱোৱাৰ অভিযোগ উঠিছে৷ ত্ৰিপুৰা আৰক্ষীৰ এই কাণ্ডক নিন্দা কৰিছেঅল ইণ্ডিয়া জাৰ্নেলিষ্ট ফেডাৰেচন’-এ৷ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত সৰব হৈছেঅল ইণ্ডিয়া জাৰ্নেলিষ্ট ফেডাৰেচন

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?