--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মেদবহুলতাৰ কথা ক’লে মনলৈ আহে যুৱ আৰু মধ্যবয়সৰ লোকৰ কথাহে। কিন্তু বৰ্তমান যুগত পিতৃ-মাতৃসকলেও তেওঁলোকৰ সন্তানৰ বৰ্ধিত ওজন যথেষ্ট অসুবিধাত পৰে। মেদবহুলতাৰ বাবে শিশুৰ ৰক্তচাপ বৃদ্ধি হ'বলৈ আৰম্ভ কৰাৰ লগতে বহুতো ৰোগৰ আশংকা বৃদ্ধি কৰে। এনে পৰিস্থিতিত পিতৃ-মাতৃয়ে কেইটামান গুৰুত্বপূৰ্ণ পদ্ধতি গ্ৰহণ কৰি শিশুৰ ওজন হ্ৰাস কৰিব পাৰে।


আপোনাৰ সন্তানৰ মেদবহুলতা কেনেদৰে আঁতৰ কৰিব লাগে

 ১. পানী খোৱাওকঃ-শিশুসকলক কমেও ১০ৰ পৰা ১২ গিলাচ পানী খাবলৈ দিয়ক আৰু শৰীৰত পানীৰ অভাৱ থাকিলে স্বাস্থ্যৰ ক্ষতি কি হ'ব পাৰে শিশুটিক বুজাই দিয়ক। পানী খোৱাৰ দ্বাৰা শৰীৰ হাইড্ৰেটেড হৈ থকাৰ লগতে ওজনো নিয়ন্ত্ৰণত থাকিব।

 ২. ব্যায়ম কৰকঃ-ব্যায়াম কৰাটো অতি প্ৰয়োজন। পিতৃ-মাতৃয়ে শিশুসকলক নৃত্য বা কাৰাটে আদি কৰিব উৎসাহিত কৰিব লাগে, যাতে তেওঁলোকৰ শৰীৰ সক্ৰিয় হৈ থাকে। এনে কৰিলে কেৱল শাৰীৰিক সুস্থতা উন্নত হোৱাৰ লগতে শিশুৰ দক্ষতাও বিকাশো হ'ব।

 ৩. ভাল টোপনিঃ-শিশুৰ বৰ্ধিত ওজনৰ এটা কাৰণ হ'ল-সময়মতে পৰ্যাপ্ত টোপনি নোহোৱা। আজিকালি শিশুৱে ফোন বা লেপটপত বেছিভাগ সময় কটায়, যাৰ বাবে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে টোপনি নাযায়। পৰ্যাপ্ত টোপনি নোযোৱাৰ ফলত তেওঁলোকৰ ভোক প্ৰভাৱিত হয়, যাৰ ফলত তেওঁলোক মেদবহুল হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?