--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ত নিজৰ ৰাশি সলনি কৰি শুভ আৰু অশুভ যোগৰ সৃষ্টি কৰে। জ্যোতিষত বুধক গ্ৰহৰ ৰাজকুমাৰ বুলি কোৱা হয়। অহা ১ অক্টোবৰত বুধ গ্ৰহে ট্ৰেনজিট কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব। বুধে ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰি ত্ৰিগ্ৰহী যোগৰ সৃষ্টি কৰিব। দৰাচলতে বুধ আৰু সূৰ্য্য ইতিমধ্যে কন্যা ৰাশিত অৱস্থান কৰি আছে। এইদৰে বুধৰ কন্যা ৰাশিত প্ৰৱেশৰ বাবে এই ৰাশিত সূৰ্য্য, বুধ আৰু মংগল গ্ৰহৰ সংগমেৰে ত্ৰিগ্ৰহী যোগৰ সৃষ্টি হ’ব। কন্যা ৰাশিত ত্ৰিগ্ৰহী যোগ গঠনত এই ৩ ৰাশিৰ লোকক অতি শুভ প্ৰদান কৰিব। আপুনিও এই ৰাশিৰ মাজৰ এজন নেকি চাওঁ আহক।

১. কন্যা ৰাশিঃ-কন্যা ৰাশিৰ লোকৰ বাবে ত্ৰিগ্ৰহী যোগ অতি উপকাৰী। এই ত্ৰিগ্ৰহী যোগ কেৱল কন্যা ৰাশিতহে গঠন হোৱাৰ ফলত এই ৰাশিৰ লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। তেওঁৰ ব্যক্তিত্ব উন্নত কৰাৰ লগতে সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। বিবাহিতসকল সুখী হ’ব পাৰিব। এই যোগে লেখা আৰু যোগাযোগৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকল অধিক লাভান্বিত হ’ব পাৰিব।

২. ধনু ৰাশিঃ-ত্ৰিগ্ৰহী যোগৰ গঠনে ধনু ৰাশিৰ লোকক অনুকূল ফলাফল প্ৰদান কৰিব। উপাৰ্জনৰ উৎস বঢ়াৰ লগতে ডাঙৰ টেণ্ডাৰ বা অৰ্ডাৰ পাব পাৰে। নতুন চাকৰিৰ বাবে যোগাযোগ কৰিব পাৰে। ব্যৱসায়ৰ লগতে অন্যান্য ক্ষেত্ৰতো উপকৃত হ’ব।

৩. মকৰ ৰাশিঃ বুধ ৰাশিৰ ট্ৰেনজিটৰ দ্বাৰা গঠিত ত্ৰিগ্ৰহী যোগে মকৰ ৰাশিৰ লোককো যথেষ্ট উপকৃত কৰিব। ব্যৱসায় ক্ষেত্ৰতখন বহু দূৰলৈকে সম্প্ৰসাৰণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। ঘৰত কিছু শুভ কাম হ’ব পাৰে। বিদেশলৈ যোৱাৰ সপোন পূৰণ হোৱাৰ লগতে অৰ্থনৈতিক অৱস্থা উন্নত হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?