--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শনিবাৰেই ঘটিছিল এক অঘটন৷ নিৰ্মিয়মান এটা সুৰংগত আবদ্ধ হৈ পৰিছিল ৮জনকৈ শ্ৰমিক৷সুংৰগটোৰ ১৪ কিঃমিঃ ভিতৰত আবদ্ধ হৈছিল সুৰংগটোত কৰ্মৰত ৮ জনকৈ শ্ৰমিক৷ সুৰংগটোৰ ভিতৰত প্ৰায় ৭২ ঘণ্টা ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজিছে আবদ্ধ শ্ৰমিকসকলে৷


উদ্ধাৰকাৰী দলে ধাৰাবাহিকভাৱে চলাই গৈছে উদ্ধাৰ অভিযান কিন্তু বৰ্তমানলৈ সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ কোনো সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে৷ 

সময় বাগৰি গৈ থকাৰ লগে লগে সুৰংগটোত বৃদ্ধি পাইছে জলস্তৰ৷ সুৰংগৰ ভিতৰৰ পৰা পানী নিষ্কাশন কৰিও সুংৰগ পানী শেষ কৰিব পৰা নাই, যাৰ বাবে ব্যাঘাত জন্মিছে উদ্ধাৰ অভিযানতো৷ আবদ্ধ ৮ শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে এনডিআৰএফে৷


শনিবাৰে তেলেংগানাত সুৰংগ খহি আবদ্ধ হৈছিল ৮ শ্ৰমিক৷ আবদ্ধ ৮ শ্ৰমিকৰ বাবে এতিয়া প্ৰাৰ্থনা কৰিছে সমগ্ৰ দেশবাসীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?