ডিজিটেল ডেস্ক: ভাং মহাদেৱৰ অতি প্ৰিয় বুলি জনা যায়৷ ভাং অবিহনে শিৱৰাত্ৰি পূজা আধৰুৱা বুলি গণ্য কৰা হয়, সেয়ে এই দিনটোত বহুতে প্ৰসাদ হিচাপে ভাং সেৱন কৰে। এই প্ৰসাদ অত্যন্ত সোৱাদযুক্ত৷ সোৱাদৰ বাবেই বহু ভক্তই ইয়াক অত্যধিক পৰিমাণে গ্ৰহণ কৰে৷ ভাঙৰ নিচা অত্যধিক হ'লে এজন ব্যক্তিয়ে কিছু অস্বাভাৱিক আচৰণ কৰা পৰিলক্ষিত হয়। কিন্তু কেনেদৰে দূৰ কৰিব এই নিচা। কিছু ঘৰুৱা উপায় অৱলম্বন কৰি ভাঙৰ নিচা দূৰ কৰিব পাৰি।
নাৰিকল পানী সেৱন-ভাঙৰ নিচা বেছি হ'লে নাৰিকল পানীও খাব পাৰে, ই শৰীৰত পানীৰ উপযুক্ত পানী দিয়াৰ লগতে
নিচা কম কৰাত সহায় হয়।