--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ সেৱা খণ্ডই ১৪ টা বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ দেখুৱাইছে৷  ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদাৰ বাবে দেশৰ সেৱা খণ্ডৰ বিকাশৰ হাৰ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ এইচএছবিচিৰ এক জৰীপত ভাৰতৰ  কোৱা হৈছে যে আগষ্ট ২০২১-ৰ পৰা সেৱা খণ্ডটো ধাৰাবাহিকভাৱে  বিকাশৰ পথত দ্ৰুত গতিত আগবাঢ়িছে৷ 

 সমীক্ষাত দেখুৱাইছে যে এপ্ৰিলত এই বিকাশৰ হাৰ  কিছু পৰিমাণে হ্ৰাস হৈছিল  ৫৮.৮ শতাংশ হৈছিল৷ উৎপাদন আৰু সেৱাৰ ক্ষেত্ৰত মাৰ্চ মাহত  আঠ মাহৰ সৰ্বোচ্চ ৬১.৮ হৈছিল। এইচএছবিচিৰ মুখ্য  অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে কয় " ভাৰতৰ সেৱা খণ্ড  এপ্ৰিল মাহত অলপ লেহেম গতিত বিকশিত হৈছিল৷ কিন্তু সামগ্ৰীকভাবে এই বৃদ্ধি ভাল,"। বিত্ত আৰু বীমাৰ ব্যৱসায়ে  'তীব্ৰ' বিকাশৰ ধাৰা প্ৰকট কৰা বুলিও তেওঁ কয়৷  



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?