--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত পুনৰ তীব্ৰতৰ হৈ পৰিছে কৃষকৰ আন্দোলন। তেওঁলোকৰ দাবীক লৈ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে। কৃষক সকলৰ নিজৰ অধিকাৰ বিছাৰি আন্দোলনত নামি পৰাত বিখ্যাত সংগীত শিল্পী গুৰু ৰান্ধৱাই কৃষক অন্দোলনৰ প্ৰতি সঁহাৰি জনাই ছচিয়েল মিডিয়াত কৃষকৰ সপক্ষে নিজৰ মত প্ৰকাশ কৰিছিল৷ এতিয়া অন্দোলনৰ প্ৰতি সঁহাৰি জনাই ট্ৰলিঙৰ সন্মুখীন হৈছে শিল্পীগৰকী৷

শিল্পী গৰাকীয়ে ১৬ ডিচেম্বৰত এক্সত এটা পোষ্টত কৃষক সকলক সঁহাৰি জনাই লিখিছে যে দেশৰ প্ৰতি ঘৰলৈ কৃষকে খাদ্য যোগান ধৰে। তেওঁলোকৰ দাবী শুনা উচিত। চৰকাৰী বিষয়াসকলক তেওঁলোকৰ লগত বহি কথা আলোচনা কৰিবলৈ অনুৰোধ জনাই। কিন্তু কৃষকক সমৰ্থন জনাই নেটিজেনৰ ট্ৰলিঙৰ সন্মুখীন হৈছে শিল্পীগৰকী৷   

শিল্পীগৰাকীয়ে নেটিজেনৰ ট্ৰলিঙৰ উত্তৰ দি  কয় যে তেওঁ নিজেই এটা খেতিয়ক পৰিয়ালৰ পৰা অহা। মাত্ৰ এজন ভাৰতীয় হিচাপে অনুৰোধ কৰিছো। 

গুৰু ৰান্ধৱাই আন এক পোষ্ট কৰি সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায় কয় আহক আমি একত্ৰিত হৈ আমাৰ দেশক সমৰ্থন কৰোঁ। এই মাটি,এই দেশ পৃথিৱীৰ শ্ৰেষ্ঠ দেশ বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?