--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ খান আৰু গৌৰী খান বলীউডৰ এক শক্তিশালী দম্পতী। অনুৰাগীয়ে তেওঁলোকৰ যুটিটোৰ ওপৰত অপৰিসীম মৰম বৰষে ৷ তেওঁলোকৰ বিষয়ে সৰু সৰু কথাবোৰো জানিবলৈ সদায় উৎসাহিত হয় অনুৰাগীৰ। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এই তাৰকা দম্পতীৰ বিয়াৰ অভ্যৰ্থনাৰ পৰা এটা অতি আমোদজনক কাহিনী। এই কথা জানিও আপুনিও হ’ব আচৰিত ।

बता दें कि शाहरुख खान और गौरी खान आज तीन बच्चों आर्यन खान, सुहाना खान और अबराम खान के पेरेंट्स हैं.

বলীউডৰ জনপ্ৰিয় তাৰকা শ্বাহৰূখ খান। যিয়ে কঠোৰ সংগ্ৰামৰ অন্তত নিজকে বলীউডৰ বাদশ্বাহ কৰি তুলিছে। সকলোৱে জানে যে তেওঁ মুছলমান আৰু হিন্দু যুৱতী গৌৰীক বিয়া কৰাইছে। উদ্যোগটোত খোজ দিয়াৰ প্ৰথম অৱস্থাতে শ্বাহৰূখ আৰু গৌৰীৰ বিয়া হৈছিল ৷ এবাৰ যেতিয়া শ্বাহৰুখ খানে ফৰিদা জালালৰ শ্ব’ত উপস্থিত হৈছিল তেতিয়া তেওঁ নিজৰ বিয়াৰ অভ্যৰ্থনাৰ এটা ধেমেলীয়া কাহিনী তেওঁৰ লগত শ্বেয়াৰ কৰে।

শ্বাহৰূখ খানে ক’লে, “আমাৰ বিয়াৰ অভ্যৰ্থনাত গৌৰীৰ সমগ্ৰ পৰিয়াল উপস্থিত আছিল। যাৰ বহুতৰে মনত সেই সময়ত এই প্ৰশ্ন আছিল যে এই ল'ৰাজন মুছলমান। গতিকে আমাৰ ছোৱালীয়ে এতিয়া ধৰ্ম সলনি কৰিবনে? সেই সময়ত মোৰ অভ্যৰ্থনাত কেৱল এই বিষয়টোহে চৰ্চা হৈ আছিল। এনে পৰিস্থিতিত পৰিবেশ সলনি কৰিবলৈ গৌৰীৰ সৈতে ধেমালি কৰাৰ কথা ভাবিলোঁ।”

আগলৈ তেওঁ ক’লে, “মই গৌৰীৰ কাষলৈ গৈ ক’লোঁ যে উঠা, বোৰ্খা পিন্ধা, নামাজ খন আনা। মোৰ এই কথা শুনি তাত উপস্থিত সকলোৱে স্তম্ভিত হৈ পৰিল। তেওঁলোকে ভাবিছিল যে মই গৌৰীৰ ধৰ্ম সলনি কৰিলোঁ আৰু এতিয়া তেওঁ বোৰ্খা পিন্ধি থাকিব। অৱশ্যে কিছু সময়ৰ পাছত মই ক’লোঁ যে ই কেৱল এটা প্ৰেংকহে।”

वर्कफ्रंट की बात करें तो शाहरुख खान बहुत जल्द अपनी सुहाना खान के साथ फिल्म ‘किंग’ में नजर आने वाले हैं.


উল্লেখযোগ্য যে বৰ্তমান শ্বাহৰুখ খান আৰু গৌৰী খান তিনিটা সন্তানৰ পিতৃ-মাতৃ ৷কৰ্ম জীৱনলৈ লক্ষ্য কৰিলে তেওঁক চুহানা খানৰ সৈতে ‘কিং’ ছবিত অতি সোনকালে দেখা যাব। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?